peperonity.net
Welcome, guest. You are not logged in.
Log in or join for free!
 
Stay logged in
Forgot login details?

Login
Stay logged in

For free!
Get started!

Mobile Blog


princess.zubi.2.peperonity.net

মই নদী...

28.01.2015 23:05 EST
চিৰদিনলৈ বৈ থাকিব খোজা...এখনি নদী মই... সেউজীয়া খিনি সিচি থৈ যাব খোজা এখনি নদী মই...দোয়োপাৰৰ কোলাহল নেওচি সাগৰলৈ যেন যাত্ৰা মোৰ...
3 Comments:
উতনুৱা মনৰ উতনুৱা যৌৱনৰ .. প্ৰতিটো ক্ষণে মোক কৰিছে ভাগৰুৱা ; জীৱনৰ কাঁইটীয়া পথৰ আঁচোৰত .. হৈছো মই দিশহাৰা । দুখ-হতাশা যন্ত্ৰনাই জীৱন ..তেন্তে জীৱনৰ প্ৰকৃত অর্থ কত ? জীৱন মৰুৰ মৰীচিকা খেদি.. মই আজি সর্বহাৰা......? তথাপিও জীৱনৰ মৃত্যু পথলৈকে.. কৰিয়েই থাকিম ...; এক প্ৰত্যাহ্বান মুখী জীৱন যাত্ৰা ।। http://assamese.friend.peperonity.net/
29.01.2015 15:10 EST,
*আৰু সেই সেউজীয়া খিনিয়ে তুমি সিচি দিয়া পলসে আমাক জীপাল কৰি তোলে । দূয়োপাৰ শস্য-শ্যামলা হৈ পৰে ।নদী আমাৰ বাবে প্ৰাণৰো প্ৰাণ ।যাৰ অবিহনে জীয়াই থকাতো কথিন । http://assamese.friend.peperonity.net/
29.01.2015 03:01 EST,
Bor dhunia likhise ba. Bor dhunia
29.01.2015 00:26 EST,


This page:




Help/FAQ | Terms | Imprint
Home People Pictures Videos Sites Blogs Chat
Top
.