peperonity.net
Welcome, guest. You are not logged in.
Log in or join for free!
 
Stay logged in
Forgot login details?

Login
Stay logged in

For free!
Get started!

Text page


asomia.peperonity.net

'প্ৰাণভিহ্মা' নাটকৰ মূল কাহিনী

প্ৰাণভিহ্মা নাটকৰ মূল কাহিনী- এটা মধ্য বৃত্ত পৰিয়াল । দেৱজিত পত্নী ৰুপালী আৰু ৰাজা, সন্ধিয়া সময়ত ৰুপালীয়ে ভগবানৰ ওচৰত ধুপ বন্তি দি থাকোতে দেৱজিত আৰু ৰাজাই বেহুচ অবস্হাত অবিনাশক ঘৰলৈ আনি চিকিত্সা কৰাই । অবিনাশ ভাল হয় । আৰু তেওঁ ভাল গান গায় । সেই গীত শুনি এজন গায়কৰ লগত চিনাকী কৰাই দিয়ে । আৰু অবিনাশে 'জোনাক নিশাৰ গীতৰ গধুলী'ত গীত গায় । সেই সময়ত সুজাতাৰ লগত ভাল সম্পর্ক গঢ়ি উঠে । তাৰ পিছত অভিষেক বৰুৱা (খলনায়ক) গীত গাবলৈ নোপোৱাত অবিনাশৰ প্ৰতি বেয়া ভাব হয় । আৰু অবিনাশে সুজাতাক ভালো পায় , কাৰণ অভিষেকেও সুজাতাক ভাল পায় । সেই হেতুকে অভিষেকে অবিনাশক মঙ্গলৰ হতুৱাই চাহত বিহ দি কন্ঠস্বৰ বন্ধ কৰাই । আৰু চিকিত্সা কৰা ফলতো অবিনাশৰ মাত ঘুৰি নাহিল । তাৰ কিছু দিনৰ পিছত...আকাশৰ ভনীয়েক প্ৰিয়ংকাক অবিনাশে বিয়া কৰাই । কাৰণ অবিনাশ সুজাতা প্ৰেমিক হ'লেও সুজাতা হ'ল দেৱজিতৰনিজ ভনীয়েক ।......অভিষেকৰ বিয়াৰ আগত এদিন মঙ্গলে সুজাতাক বলত্কাৰকৰে । আৰু সুজাতাৰ গর্ভৱতী হৈ এদিন এটা সন্তান জন্ম দিয়ে, তাৰ পিছত সন্তানটো মৃত্যু ঘটে ।..........কিছু দিনৰ পিছত অবিনাশৰ পত্নী প্ৰিয়ংকাৰ এটা সন্তান জন্মহয়, আৰু সন্তানটো জন্ম দিয়েই প্ৰিয়ংকাই মৃত্যুক সাবটি লয় ।...........তাৰ পিছত সুজাতাৰ সন্তানটো হোৱাত সুজাতাক প্ৰাণ বচাব কাৰণে অভিষেকে অবিনাশক সন্তানটো বিচাৰে, সুজাতাৰ প্ৰাণ ভিহ্মা । এনেতে মঙ্গলে বাধা দিয়ে , আৰু অবিনাশে সন্তানটো অভিষেকৰ হাতত তুলি দিয়ে । তাৰ পিছত_ অভিষেকে সন্তানটো লৈ যাওঁতে মঙ্গলে পিষ্টল টোঁৱাই, অবিনাশে বাধা দিয়ে আৰু অভিষেকলৈ পিষ্টলে গুলী কৰোতেই অবিনাশৰ মাত পুনৰ ঘুৰি আহে, আটায়ে আচৰিত হৈ আন্দৰ উলাহত নাচি উঠে ।


This page:




Help/FAQ | Terms | Imprint
Home People Pictures Videos Sites Blogs Chat
Top
.