peperonity.net
Welcome, guest. You are not logged in.
Log in or join for free!
 
Stay logged in
Forgot login details?

Login
Stay logged in

For free!
Get started!

Text page


to.assamese.friends.peperonity.net

মোক পথৰ সন্ধান দিয়া

বন্ধুত্ব

Jyoti Pcsaikia
আলোকৰ সন্ধান

ঢিমিক ঢামাক
এটি কনমানি
আলোৰ আঁত ধৰি
মোৰ পোহৰ অহাৰ
পথৰ সন্ধান ।
পথত পালো
মিছিল
মোৰ দৰে
হাজাৰ জনৰ
আগুৱাঁও অলপ
হেৰাই আকৌ
পোহৰৰ আঁত
দুহাত প্রসাৰিত কৰি
আহ্বান
হে আলোকময়ী
মোক পথৰ
সন্ধান দিয়া
পোহৰৰ…আলোকৰ
যিয়েনেকি উজলাব
মোৰ হৃদয়াত্মাৰ কলুষতা ।

====================================
@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@
****************************
আই এম এলাইভ.. ( I am alive)


=====================================================
তোমাৰ হেনো বিয়া..
কথাটো শুনিছো ময়ো ঘুনুক ঘানাক কৈ..
ভালেই দিয়া..
তুমি সূখী হবা যেতিয়া..
আৰু মই., ?

দোষ মোৰেই জানা,
কাৰণ তুমি যেতিয়া শূণ্য়টো ছবি আকিব পাৰি বুলি কৈছিলা..
মই তোমাৰ মাজত কল্পনা কৰিছিলো ভিন্সিৰ মনালিছাক..

তুমি যে কৈছিলা"পাৰিলে মই তোমাৰেই হলো হয়..
এতিয়া নোৱাৰো যে.."
(আগতেও দেখোন কেতিয়াও কোৱা নাছিলা পাৰিম বুলি)
কান্দিব মন যোৱা নাছিল মোৰ,
অৱশ্য়ে তোমাৰ দৰে আনৰ হোৱাৰো সপোন দেখা নাছিলো দিয়াছোন..

কেতিয়াবা তোমাক চাবলে মন গলে,
আৰু বিচাৰি চলাথ নকৰো
বামুণীমৈদান অথবা চানমাৰী
কাৰন জানো..
তোমাৰ প্ৰিয় স্প্ৰিং ভেলী নহলে শ্ৰদ্ধান্জলি...
এতিয়া, এতিয়া
চেলিন দিয়নৰ গাণৰ সুৰত চিয়ৰি চিয়ৰি কম
আই এম এলাইভ..
আই এম ষ্টিল এলাইভ
বৰষা
হা হা হা...

শুনিছো তোমাৰ হেনো বিয়া..
ভালেই দিয়া..
তুমিয়েই সূখী হোৱা

****কুমুদ কলিতা*****
Everytime I say
how are you...?
My heart is saying
I care for you...
Everytime I ask
where have you been...?
My heart is whispering
I miss you...
Everytime we fight and say,
I hate you...
My heart is shouting,
I love you...!!!
কিছু কথা অসমীয়াত কলে আউট ডেটেড হয়


This page:




Help/FAQ | Terms | Imprint
Home People Pictures Videos Sites Blogs Chat
Top
.