peperonity.net
Welcome, guest. You are not logged in.
Log in or join for free!
 
Stay logged in
Forgot login details?

Login
Stay logged in

For free!
Get started!

Text page


to.assamese.friends.peperonity.net

আহ তোক মৰম কৰো

কি কৰিবি তই ?

চাওঁ চন্দন গগৈ
. ' .
'• _ •'
° - • ´ ¯ ` • . _ . • ´ ¯ ` • -°
¸.•♥ •গগৈ দেৱৰ কবিতাৰ সুধা sআৰs প্রেৰনা • ♥•.¸.
♥`·.¸¸.·´.·.◊.·.`·.¸¸.·´♥
(•)...
অই মই তোক ভাল পাই পেলাম

অই মই তোক ভাল পাই পেলাম
তই গমকে নাপবি
তোক ভৰাই থম হৃদয়ৰ গোপণ কোনত
কি ডাল কৰিব পাৰিবি
তোক যদি ভাল পাই পেলাওঁ ?
তয়ো মোক ভাল পাবনে ?
তোৰ পাখি কতাৰ দৰে হব
মোৰ পৰা আৰু যাব নোৱাৰিবি।
হিয়াৰ হালধীয়া মৰম বোৰে
তোক অসভ্য কৰি তলিব
আৰু সেউজীয়া সপোনে দেখা দিব তেতীয়া
তই কি কৰিব পাৰিবি
মোকো ভাল পাব লাগিব,
হৃদয়ত থোপ খাব মোৰলৈ মৰম
গম নোপোৱাকৈয়ে
বুকুত বব এখনী নৈ
আৰু গম নোপোৱাকৈয়ে
তই-মই উতি ফুৰিম
সেউজীয়া সপোনহৈ ভালপোৱা হৈ…


This page:




Help/FAQ | Terms | Imprint
Home People Pictures Videos Sites Blogs Chat
Top
.